বেজেৰা পঞ্চায়তত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী

  • বেজেৰা জিলা পৰিষদৰ অন্তৰ্ভুক্ত বেজেৰা পঞ্চায়তত বিজেপি প্ৰাৰ্থীৰ অগ্রগতি।
  • বিজেপিৰ সভাপতি পদৰ প্ৰাৰ্থী ভৱানী ডেকা ৩৭৭১ ভোটত আগবাঢ়ি আছে।
  • ইফালে, ৪১৪১ ভোটত আগবাঢ়ি আছে কাউন্সিলাৰ পদৰ প্ৰাৰ্থী জ্যোতি কুমাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in