বেহাৰবাৰীত বিধ্বংসী অগ্নিকাণ্ড, টায়াৰৰ দোকানত চিলিণ্ডাৰ বিস্ফোৰণ, VIDEO

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড।
  • মহানগৰীৰ বেহৰবাৰীত এই অগ্নিকাণ্ড।
  • এখন টায়াৰৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • শ্ৰীৰাম কাটা ৱেব ব্ৰীজৰ সমীপতে সংঘটিত হয় এই ঘটনা।
  • দোকানখনত থকা গেছৰ চিলিণ্ডাৰ ব্লাষ্টৰ ফলত অগ্নিকাণ্ড হোৱাৰ সন্দেহ।
  • বৰ্তমানলৈ কোনো অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হোৱা নাই ঘটনাস্থলীত।
  • দোকানখনৰ সমীপতে আছে অশোক লেইলেণ্ডৰ ডিলাৰ।
  • অগ্নিকাণ্ডৰ ফলত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in