শেহতীয়া খবৰ
কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ বিশেষ কাৰ্যসূচী, বৰ অসমৰ শিক্ষামন্ত্ৰী শৰৎ চন্দ্ৰ গোস্বামী, বিশিষ্ট সমাজকৰ্মী ৰূপৰাম সূত স্মাৰক বক্তৃতা-কবিতা পাঠৰ অনুষ্ঠান  •  আজৰি নাই! ইমানেই আন্তৰিকতা অসমীয়াৰ প্ৰতি...  •  বনদস্যু বীৰাপ্পনাৰ কন্যাৰ বিজেপিত যোগদান  •  'পাকিস্তান জিন্দাবাদ’ ধ্বনি দিয়া অমূল্য লিয়োনাক হত্যা কৰিলে ১০ লাখ টকাৰ পুৰস্কাৰ দিব শ্ৰীৰাম সেনাৰ সদস্যই…  •  মাংস আৰু কণী আপোনাৰো প্ৰিয় নেকি? তেন্তে এবাৰ পঢ়ক এই বাতৰি...  •  বিশিষ্ট ফটো সাংবাদিক তৰণী কান্ত বৰ্মনৰ শেষকৃত্য ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ...  •  উৰিয়ামঘাটত পিষ্টলসহ এজনক আটক...  •  কোৰোনা ভাইৰাছৰ সন্ত্ৰাসঃ চীনৰ পাছতে অধিক ৰোগীৰ মৃত্যু হৈছে এইখন দেশত...  •  গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...  •  গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...

মৌৱে বাহ ল’লে ক’ত, যি দৃশ্যৰ ভিডিঅ’ শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে, VIDEO

3,869

ডিজিটেল ডেস্কঃ এজাক মৌ। গছত বা পকী দেৱালত নহয়। বাহ সাজিলে এজন ব্যক্তিৰ দেহত। তাকো এনে স্থানত মৌ মাখি বাহে আশ্ৰয় ল’লে যে সেই দৃশ্যৰ ভিডিঅ’ দেখা পাই ৰৈ থাকিব নোৱাৰিলে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু। নিজৰ টুইটাৰ একাউন্টৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে সেই ভিডিঅ’ শ্বেয়াৰ কৰি লিখিলে “This is really a Beehive in an unlikely place. This can happen only in Nagaland!”

চাওঁক সেই দৃশ্য-

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি