চন্দ্ৰযান-২ৰ কেমেৰাত আবদ্ধ পৃথিৱীৰ নান্দনিক আলোকচিত্ৰ, চাওক আপুনিও…

চন্দ্ৰযান-২ৰ কেমেৰাত আবদ্ধ পৃথিৱীৰ নান্দনিক আলোকচিত্ৰ, চাওক আপুনিও…
  • চন্দ্ৰযান-২ৱে মহাকাশৰ বুকুৰ পৰা আবদ্ধ কৰিছে পৃথিৱীৰ নান্দনিক দৃশ্য।
  • চন্দ্ৰযান-২ৰ সৈতে সংযুক্ত এল১৪ কেমেৰাৰে তোলা হৈছে পৃথিৱীৰ আলোকচিত্ৰ।
  • ৩ আগষ্ট, ২০১৯ত চন্দ্ৰযান-২ৱে আবদ্ধ কৰিছিল এই আলোকচিত্ৰ।
  • ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই টুইট যোগে প্ৰকাশ কৰিছে এই আলোকচিত্ৰ কেইখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in