শেহতীয়া খবৰ
'কা' বিৰোধী প্ৰতিবাদকাৰীয়ে নিক্ষেপ কৰা শিল মূৰত লাগি মৃত্যু আৰক্ষীৰ হেড কণিষ্টবলৰ...  •  ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান সম্পন্ন, দোষী সাব্যস্ত ১২ জনক...  •  মৃত্যু হ’ল উমানন্দত থকা একমাত্ৰ সোণালী বান্দৰটোৰ...  •  পুনৰ ৪ দিনৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত শ্বাৰ্জিল ইমাম, VIDEO  •  পুনৰ ৪ দিনৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত শ্বাৰ্জিল ইমাম, VIDEO  •  আহমেদাবাদত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক আদৰণি জনাই কি ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে...  •  ভাৰত আজি দৰিদ্ৰতামুক্ত হোৱাৰ পথতঃ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প  •  মাৰ্কিন ৰাষ্ট্ৰপতিৰ মুখত বলীউডৰ প্ৰশংসা...  •  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এই গণতান্ত্ৰিক দেশৰ এগৰাকী সফল নেতাঃ ডোনাল্ড ট্ৰাম্প  •  গুজৰাটৰ মোটেৰা ষ্টেডিয়ামত উপস্থিত ডোনাল্ড ট্ৰাম্প আৰু মেনালীয়া ট্ৰাম্প

চন্দ্ৰযান-২ৰ কেমেৰাত আবদ্ধ পৃথিৱীৰ নান্দনিক আলোকচিত্ৰ, চাওক আপুনিও…

1,357
  • চন্দ্ৰযান-২ৱে মহাকাশৰ বুকুৰ পৰা আবদ্ধ কৰিছে পৃথিৱীৰ নান্দনিক দৃশ্য।
  • চন্দ্ৰযান-২ৰ সৈতে সংযুক্ত এল১৪ কেমেৰাৰে তোলা হৈছে পৃথিৱীৰ আলোকচিত্ৰ।
  • ৩ আগষ্ট, ২০১৯ত চন্দ্ৰযান-২ৱে আবদ্ধ কৰিছিল এই আলোকচিত্ৰ।
  • ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই টুইট যোগে প্ৰকাশ কৰিছে এই আলোকচিত্ৰ কেইখন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি