পুনৰ অসুস্থ হৈ পৰিছে বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী…

পুনৰ অসুস্থ হৈ পৰিছে বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী…
  • পুনৰ অসুস্থ হৈ পৰিছে বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী ।
  • বুকুৰ বিষৰ বাবে কলিকতাৰ এপ'লো চিকিৎসালয়ত ভৰ্তি গাংগুলীক ।
  • হৃদৰোগত আক্ৰান্ত হৈ আছিল প্ৰাক্তন ক্ৰিকেটাৰ গৰাকী ।
  • ২ জানুৱাৰীত হৃদৰোগত আক্ৰান্ত হোৱা বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল গাংগুলীক ।
  • ৭ জানুৱাৰীত চিকিৎসালয়ৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিছিল বিচিচিআইৰ অধ্যক্ষ গৰাকী ।
  • বুধবাৰে পুনৰ বুকুৰ বিষৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় গাংগুলীক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in