বি বৰুৱা মহাবিদ্যালয়ৰ নিৰুদিষ্ট অধ্যাপকৰ চাৰিচকীয়া বাহন উদ্ধাৰ

বি বৰুৱা মহাবিদ্যালয়ৰ নিৰুদিষ্ট অধ্যাপকৰ চাৰিচকীয়া বাহন উদ্ধাৰ
  • যোৱা ১২ ছেপ্টেম্বৰৰ পৰা নিৰুদ্দেশ হৈ থকা বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক ড০ ৰুবুল হাজৰিকাৰ চাৰিচকীয়া বাহন উদ্ধাৰ
  • গুৱাহাটীৰ কামাখ্যা ষ্টেচনৰ গাড়ী ৰখোৱা ঠাইৰ পৰা উদ্ধাৰ অধ্যাপকগৰাকীৰ এ এছ ০১ ডি ই ৪১৬৬ নম্বৰৰ গাড়ীখন।
  • জালুকবাৰী আৰক্ষীৰ সহযোগত অভিযান চলাই ছিপাঝাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে বাহনখন।
  • এইপৰ্যন্ত কোনো সন্ধান ওলোৱা নাই বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপকগৰাকীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in