শেহতীয়া খবৰ
চোৰৰ লক্ষ্য নগাঁও প্ৰেছ ক্লাৱ...  •  অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু...  •  বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন...  •  চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ...  •  কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !  •  বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ...  •  আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ...  •  চাংসাৰি আৰ্মি কেম্পৰ সন্মুখত পথ দুৰ্ঘটনাঃ ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...

বটদ্ৰৱা থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্মজয়ন্তী উৎসৱ…

ডিজিটেল সংবাদ বটদ্ৰৱাঃ বটদ্ৰৱা থানত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্মজয়ন্তী উৎসৱ। কোভিড প্ৰট’কল ৰক্ষা কৰি ধৰ্মীয় পৰম্পৰাৰে অনুষ্ঠিত উৎসৱলৈ আগমন ঘটিছে দূৰ-দূৰণিৰ তীৰ্থযাত্রী তথা ভক্ত বৈষ্ণবৰ।

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত গুৰু জন্মজয়ন্তীৰ বৃহস্পতিবাৰে নিত্য নৈমিত্তিক প্ৰসংগৰ উপৰিও ভকত বৈষ্ণৱে অনুষ্ঠিত কৰে চৰিত পাঠ অনুষ্ঠান। বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে সকলো ভক্ত বৈষ্ণবক কোভিড প্ৰট’কল ৰক্ষা কৰি মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখি গুৰুজনাৰ জন্মস্থানত অনুষ্ঠিত জন্মজয়ন্তী উৎসৱত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি