বটদ্ৰৱাৰ টুকটুকীত হস্তনিৰ্মিত বোমা উদ্ধাৰ…

বটদ্ৰৱাৰ টুকটুকীত হস্তনিৰ্মিত বোমা উদ্ধাৰ…
  • বটদ্ৰৱাৰ টুকটুকী ৰৌমাৰীত উদ্ধাৰ হস্তনিৰ্মিত বোমা ৷
  • ৰৌমাৰী গাঁৱৰ মইনুল হকৰ ঘৰৰ চৌহদৰ পৰা উদ্ধাৰ হৈছে এই হস্তনিৰ্মিত বোমা ৷
  • এটা মোনাত ভৰাই থোৱা অৱস্থাত আছিল উদ্ধাৰ হোৱা বোমাটো ৷
  • আৰক্ষী আৰু চি আৰ পি এফৰ দলে অভিযান চলাই উদ্ধাৰ কৰে বোমাটো ৷
  • ঘটনাৰ সৰ্ন্দভত আৰক্ষীৰ তদন্ত অব্যাহত ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in