বটদ্ৰৱা থানা কাণ্ডত জড়িত পুনৰ এগৰাকী মহিলাক আটক…

বটদ্ৰৱা থানা কাণ্ডত জড়িত পুনৰ এগৰাকী মহিলাক আটক…

  • বটদ্ৰৱা থানা কাণ্ডত জড়িত পুনৰ আন এগৰাকী মহিলা আটক।
  • নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জোচনাৰা বেগম নামৰ মহিলা গৰাকীক ।
  • মৃত ছফিকুল ইছলামৰ ককায়েকে মজিবুৰ ৰহমানৰ পত্নী জোচনাৰা বেগম ঘৰ বটদ্ৰৱাৰ চালনাবড়ীত ।
  • ভিডিঅ' ফুটেজৰ আধাৰত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে মহিলা গৰাকীক।
  • মহিলা গৰাকীয়ে আৰক্ষী জোৱানক প্ৰহাৰ আৰু থানাত জ্বলোৱাত জড়িত আছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in