বটদ্ৰৱাৰ টুকটুকীত ২ ফৈদৰ মাজত প্ৰচণ্ড সংঘৰ্ষত নিহত এজন, আহত ৮, VIDEO

বটদ্ৰৱাৰ টুকটুকীত ২ ফৈদৰ মাজত প্ৰচণ্ড সংঘৰ্ষত নিহত এজন, আহত ৮, VIDEO
  • বটদ্ৰৱাৰ টুকটুকীত ২ ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট৷
  • ঋণৰ টকাক কেন্দ্ৰ কৰি সংঘাত দুই ফৈদৰ।
  • সংঘৰ্ষত আব্দুল গফুৰ নামৰ এজন বৃদ্ধৰ মৃত্যু।
  • ঘটনাটোত আহত হয় আৰু আঠজনকৈ লোক।
  • তাৰে ভিতৰত অকিল উদ্দিন নামৰ এজন কিশোৰৰ অৱস্থা সংকটজনক৷
  • ধিং এফ আৰ ইউত সংকটজনক অৱস্থাত চিকিৎসাধীন কিশোৰজন।
  • ঘটনাক কেন্দ্ৰ কৰি অব্যাহত আছে চাঞ্চল্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in