শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

বটদ্ৰৱাৰ শান্তিজান বজাৰত মৃতদেহ উদ্ধাৰ…

  • বটদ্ৰৱাৰ শান্তিজান বজাৰত মৃতদেহ উদ্ধাৰ।
  • মৃতদেহটো এগৰাকী যুৱতীৰ।
  • শান্তিজান বজাৰৰ মাছ মহলৰ কাষত থকা মুকলি পথাৰত তলমুৰ কৰি পৰি আছে এগৰাকী অচিনাক্ত যুৱতীৰ মৃতদেহ।
  • পুৱা স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি বটদ্ৰৱা আৰক্ষীক খৱৰ দিয়াত বৰ্তমান বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।