শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

সীমা বিবাদক কেন্দ্ৰ কৰি বটদ্ৰৱাত প্ৰাণ গ’ল এজনৰ…

  • বটদ্ৰৱাৰ হাইডুবি গাঁৱত হত্যাকাণ্ড।
  • সীমা বিবাদক কেন্দ্ৰ কৰি ভতিজাকৰ প্ৰহাৰত প্ৰাণ গ’ল খুড়াকৰ।
  • মাটিৰ সীমাক লৈ খুৰাক আৰু ভতিজাকৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল।
  • মৃত্যু হোৱা লোকজন নাম মজিবুৰ ৰহমান।
  • ঘটনা সন্দৰ্ভত মজিবুৰ ৰহমানৰ পৰিয়ালে বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
  • বটদ্ৰৱা আৰক্ষী থানত ঘটনা সন্দৰ্ভত ভতিজা জাহিৰুল ইছলাম, জয়নাল আবেদিন, ৰছিদুল ইছলাম, নসেদ আলী, আৰু ৰহিমা খাতুন সহ ৫ জনৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি