সীমা বিবাদক কেন্দ্ৰ কৰি বটদ্ৰৱাত প্ৰাণ গ’ল এজনৰ…

সীমা বিবাদক কেন্দ্ৰ কৰি বটদ্ৰৱাত প্ৰাণ গ’ল এজনৰ…
  • বটদ্ৰৱাৰ হাইডুবি গাঁৱত হত্যাকাণ্ড।
  • সীমা বিবাদক কেন্দ্ৰ কৰি ভতিজাকৰ প্ৰহাৰত প্ৰাণ গ'ল খুড়াকৰ।
  • মাটিৰ সীমাক লৈ খুৰাক আৰু ভতিজাকৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল।
  • মৃত্যু হোৱা লোকজন নাম মজিবুৰ ৰহমান।
  • ঘটনা সন্দৰ্ভত মজিবুৰ ৰহমানৰ পৰিয়ালে বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
  • বটদ্ৰৱা আৰক্ষী থানত ঘটনা সন্দৰ্ভত ভতিজা জাহিৰুল ইছলাম, জয়নাল আবেদিন, ৰছিদুল ইছলাম, নসেদ আলী, আৰু ৰহিমা খাতুন সহ ৫ জনৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in