বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সদস্য জীতেন কলিতাৰ কোভিড পজিটিভ হৈ মৃত্যু…

বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সদস্য জীতেন কলিতাৰ কোভিড পজিটিভ হৈ মৃত্যু…
  • কোভিড পজিটিভ হৈ বটদ্ৰৱাৰ সমাজকৰ্মীৰ মৃত্যু।
  • বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সদস্য তথা ভাৰতীয় ডাক বিভাগৰ কৰ্মচাৰী জীতেন কলিতা কভিডত আক্ৰান্ত হৈ যোৱা কালি মৃত্যু হয়।
  • বিগত কিছুদিন ধৰি গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰিৰ হাড়়ৰ অস্ত্ৰোপচাৰ বাবে চিকিৎসাধীন হৈ আছিল কলিতা।
  • ৫৬ বছৰীয়া সৰবৰহী, ভাওনাৰ অভিনেতা, সমাজকৰ্মী জীতেন কলিতাৰ বিয়োগত বটদ্ৰৱা শোকৰ ছাঁ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in