বটদ্ৰৱাৰ শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত কোৱাৰেণ্টাইন চেন্টাৰত থকা এজন যুৱকৰ দেহত কোৰোনা…

বটদ্ৰৱাৰ শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত কোৱাৰেণ্টাইন চেন্টাৰত থকা এজন যুৱকৰ দেহত কোৰোনা…


ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাৰ শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত কোৱাৰেণ্টাইন চেন্টাৰত থকা এজন যুবকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছৰ অৱস্থিতি। বহিঃৰাজ্যৰ তামিলনাডুৰ চেন্নাইৰ পৰা আহিছিল যুৱক জন।

যোৱা ১৮ মে'ৰ পৰা বটদ্রৱা শ্রীশ্রী শংকৰদেৱ মহাবিদ্যালয়ৰ কোৱেনটাইন চেন্টাৰত আছিল যুৱক জন। ১৯ মে'ত যুৱকজনৰ স্বাৱ সংগ্রহ কৰাৰ পাছত শুক্ৰবাৰে নিশা ফলাফলত কভিড-১৯ পজিটিভ বুলি জানিব পৰা গৈছে। ধিং আৰক্ষী থানাৰ অন্তৰ্গত সুতাৰ গাঁৱত নিৱাসী ২২ বছৰীয়া যুৱক জনৰ নাম নজিবুৰ হুছেইন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in