শেহতীয়া খবৰ
চন্দ্ৰপুৰত ‘পানী’ৰ নামত পানী হ’ল ৩৬৬ কোটি...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  অসমত ৬টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে : মন্ত্ৰী ৰঞ্জিত দাস...  •  অগ্ৰিম জামিন লাভ কৰি আৰক্ষী চকীত উপস্থিত জিষ্টৰ অধ্যক্ষ...  •  ছয়গাঁৱৰ গৰৈমাৰীত বিশেষভাৱে সক্ষম যুৱতী নিৰুদ্দেশ...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  মানকাচৰত আৰক্ষী-চিআৰপিএফৰ অভিযান, জব্দ বৃহৎ পৰিমানৰ গাঞ্জা...  •  ভাল খবৰঃ জামাইকাৰ বক্সাৰক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ সতীশ কুমাৰে...

বশিষ্ঠত ব্যৱসায়িক প্ৰতিষ্ঠানত দুৰ্বৃত্তৰ অগ্নিসংযোগ…

  • মহানগৰীৰ বশিষ্ঠত সংঘটিত অঘটন।
  • দুৰ্বৃত্তই জ্বলাই দিলে এখন ব্যৱসায়িক প্রতিষ্ঠান আৰু স্কুটাৰ।
  • বশিষ্ঠ মন্দিৰৰ সমীপৰ সহদেৱ কলিতাৰ দোকানত অগ্নিসংযোগ।
  • জ্বলাই দিয়া স্কুটাৰৰ নম্বৰ এএছ০১ইডি৩৬৪৭।
  • স্কুটাৰখন বুলবুলি হুজুৰী নামৰ এজন লোকৰ বুলি জানিব পৰা গৈছে।
  • বৰ্তমানলৈ দুৰ্বৃত্তক কৰায়ত্ত কৰিব পৰা হোৱা নাই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি