বশিষ্ঠত ব্যৱসায়িক প্ৰতিষ্ঠানত দুৰ্বৃত্তৰ অগ্নিসংযোগ…

বশিষ্ঠত ব্যৱসায়িক প্ৰতিষ্ঠানত দুৰ্বৃত্তৰ অগ্নিসংযোগ…
  • মহানগৰীৰ বশিষ্ঠত সংঘটিত অঘটন।
  • দুৰ্বৃত্তই জ্বলাই দিলে এখন ব্যৱসায়িক প্রতিষ্ঠান আৰু স্কুটাৰ।
  • বশিষ্ঠ মন্দিৰৰ সমীপৰ সহদেৱ কলিতাৰ দোকানত অগ্নিসংযোগ।
  • জ্বলাই দিয়া স্কুটাৰৰ নম্বৰ এএছ০১ইডি৩৬৪৭।
  • স্কুটাৰখন বুলবুলি হুজুৰী নামৰ এজন লোকৰ বুলি জানিব পৰা গৈছে।
  • বৰ্তমানলৈ দুৰ্বৃত্তক কৰায়ত্ত কৰিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in