৩ সাংবাদিকলৈ অসম সাহিত্য সভাৰ ‘পৰাগ কুমাৰ দাস যুৱ সাংবাদিকতা বঁটাঃ ‘প্ৰতিদিন টাইম’ৰ বশিষ্ঠ দেৱ ফুকনলৈ এই বঁটা…

৩ সাংবাদিকলৈ অসম সাহিত্য সভাৰ ‘পৰাগ কুমাৰ দাস যুৱ সাংবাদিকতা বঁটাঃ ‘প্ৰতিদিন টাইম’ৰ বশিষ্ঠ দেৱ ফুকনলৈ এই বঁটা…
  • শুৱালকুছি অসম সাহিত্য সভাৰ অধিৱেশনক লৈ সংবাদমেল।
  • সংবাদমেল সম্বোধন পৰমানন্দ ৰাজবংশী আৰু পদুম ৰাজখোৱাৰ।
  • এই অধিৱেশনত সাহিত্য সভাই প্ৰদান কৰিব লগীয়া বটাঁসমূহৰ বিষয়ে ঘোষণা।
  • প্ৰথমবাৰলৈ অসম সাহিত্য সভাই প্ৰদান কৰিব পৰাগ কুমাৰ দাস যুৱ সাংবাদিকতা বঁটা।
  • এই বঁটাৰ বাবে ৩ জনকৈ যুৱ সাংবাদিকক নিৰ্বাচন কৰা হৈছে।
  • প্ৰতিদিন টাইমৰ সাংবাদিক বশিষ্ঠ দেৱ ফুকনলৈ আগবঢ়োৱা হৈছে এই বঁটা।
  • ইয়াৰ লগতে জনমভূমি কাকতৰ মনোৰঞ্জন বড়ি আৰু ডি ৱাই ৩৬৫ ৰ তপন কুমাৰ বৰাক প্ৰদান কৰা হ'ব এই বঁটা।
  • পিছৰ পৰ্যায়ত এই বটাঁ প্ৰসাৰ কৰা হ'ব বুলি ঘোষণা কৰে পদুম ৰাজখোৱাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in