বাসৱৰাজ বোমাই কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী..

বাসৱৰাজ বোমাই কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী..
  • কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ বাসৱৰাজ বোমাইৰ।
  • ৰাজ্যখনৰ ২৩ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে বাসৱৰাজ বোমাইয়ে।
  • শপত গ্ৰহণৰ পূৰ্বে বাসৱৰাজে সাক্ষাত কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু পূৰ্বৰ মুখ্যমন্ত্ৰী বি এছ য়েডুয়ুৰেপ্পাক।
  • মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব লৈয়েই বাসৱৰাজে ৰাজ্যখনৰ কোভিড পৰিস্থিতি সন্দৰ্ভত শীৰ্ষ বিষয়াসকলৰ লগত এক বৈঠকত মিলিত হ'ব বুলি জনাইছে।
  • চলিত সপ্তাহৰ সোমবাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল বি এছ য়েডুয়ুৰেপ্পাই।
  • ৰাজ্যখনৰ বিজেপি শিবিৰত দীৰ্ঘদিন ধৰি চলি আছিল বিসম্বাদ।
  • যাৰ পৰিণতিত মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছিল বি এছ য়েডুয়ুৰেপ্পা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in