শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

ৰাজ্যবাসীৰ কুশল কামনাৰে মন্ত্ৰী হিমন্ত বিশ্বৰ বাসন্তী পূজা…

527

ডিজিটেল ডেস্ক : দেশত কোৰোনাৰ বিভিষিকা । কোৰোনাৰ এই ভয়াবহ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হৈছে বাসন্তী পূজা । ৰাজ্য অইন প্ৰান্তৰ লগতে ৰাজ্য চৰকাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জুৰোড স্থিত বাসগৃহতো বিগত বছৰ সমূহৰ দৰে এইবাৰো অনুষ্ঠিত কৰে বাসন্তী পূজা ।

বুধবাৰে নৱমীৰ নিশা মন্ত্ৰী গৰাকীয়ে মা বাসন্তী পূজা কৰি কোৰোনাৰ কৰাল গ্ৰাসৰ পৰা উদ্ধাৰ আৰু ৰাজ্যবাসীৰ মংগল কামনাৰে প্ৰাৰ্থনা জনায় । ২ মেৰ ভোটগননা পূৰ্বে নিৰ্বাচনৰ ভোটগ্ৰহনৰ পিছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিভিন্ন স্থানলৈ গৈ কেইবাটাও মন্দিৰো দৰ্শন কৰিছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি