ৰাজ্যবাসীৰ কুশল কামনাৰে মন্ত্ৰী হিমন্ত বিশ্বৰ বাসন্তী পূজা…

ৰাজ্যবাসীৰ কুশল কামনাৰে মন্ত্ৰী হিমন্ত বিশ্বৰ বাসন্তী পূজা…

ডিজিটেল ডেস্ক : দেশত কোৰোনাৰ বিভিষিকা । কোৰোনাৰ এই ভয়াবহ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হৈছে বাসন্তী পূজা । ৰাজ্য অইন প্ৰান্তৰ লগতে ৰাজ্য চৰকাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জুৰোড স্থিত বাসগৃহতো বিগত বছৰ সমূহৰ দৰে এইবাৰো অনুষ্ঠিত কৰে বাসন্তী পূজা ।

বুধবাৰে নৱমীৰ নিশা মন্ত্ৰী গৰাকীয়ে মা বাসন্তী পূজা কৰি কোৰোনাৰ কৰাল গ্ৰাসৰ পৰা উদ্ধাৰ আৰু ৰাজ্যবাসীৰ মংগল কামনাৰে প্ৰাৰ্থনা জনায় । ২ মেৰ ভোটগননা পূৰ্বে নিৰ্বাচনৰ ভোটগ্ৰহনৰ পিছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিভিন্ন স্থানলৈ গৈ কেইবাটাও মন্দিৰো দৰ্শন কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in