বৰপেটাৰ ভৱানীপুৰত মন্ত্ৰী তপন গগৈৰ বিৰুদ্ধে প্ৰতিবাদ

বৰপেটাৰ ভৱানীপুৰত মন্ত্ৰী তপন গগৈৰ বিৰুদ্ধে প্ৰতিবাদ

  • বৰপেটাৰ ভৱানীপুৰত উত্তাল প্ৰতিবাদ।
  • শক্তিমন্ত্ৰী তপন গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সহস্ৰাধিক লোকৰ।
  • ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি অনিয়মিত বিদ্যুৎ যোগানক লৈ প্ৰতিবাদ ৰাইজৰ।
  • ঘাইপথ অৱৰোধৰ ফলত ৰাজপথত ব্যাহত হৈ পৰে যান-বাহন চলাচল ।
  • শীঘ্ৰে বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবী প্ৰতিবাদকাৰীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in