যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীক গ্ৰেপ্তাৰৰ বিৰোধিতাৰে বৰপেটাত প্ৰতিবাদ…

যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীক গ্ৰেপ্তাৰৰ বিৰোধিতাৰে বৰপেটাত প্ৰতিবাদ…
  • যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীক গ্ৰেপ্তাৰৰ বিৰোধিতা।
  • বৰপেটাত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ৷
  • নাগৰিকত্ব সংশোধনী আইন বাতিলৰো দাবী।
  • কা আন্দোলনত হিংসা বিয়পোৱা আৰু প্ৰৰোচিত কৰাৰ ভুৱা অভিযোগেৰে NIAই নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ।
  • মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰীসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in