বৰপেটাৰ হাউলীৰ দত্তকুছিত সন্ধানহীন ২ শিশু

বৰপেটাৰ হাউলীৰ দত্তকুছিত সন্ধানহীন ২ শিশু
  • বৰপেটাৰ হাউলীৰ দত্তকুছিত সন্ধানহীন দুটি শিশু।
  • ৰাফিজুল হক আৰু আব্দুল ৰহমান নামৰ শিশু দুটি যোৱা মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছে ।
  • শিশু দুটি পল্লা নদীত উটি যোৱাৰ সন্দেহ ৰাইজৰ।
  • মঙলবাৰে পল্লা নদীৰ পৰাত খেলি থকা অৱস্থাত শিশু দুটিক প্ৰত্যক্ষ কৰিছিল একাংশ লোকে।
  • শিশু দুটিৰ সন্ধানত পল্লা নদীত অভিযান এছ ডি আৰ এফৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in