শেহতীয়া খবৰ
গাৰ্লছ হোষ্টেলত প্ৰৱেশ কৰি কি কৰিলে... চাওঁক VIDEO  •  নলবাৰী জাতীয় বিদ্যালয়ৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস উদযাপন...  •  খেল’ ইণ্ডিয়া-২০২০ঃ পদকৰ তালিকাত শীৰ্ষত মহাৰাষ্ট্ৰ, দশম স্থানত অসম...  •  খেল’ ইণ্ডিয়া-২০২০ঃ পদকৰ তালিকাত শীৰ্ষত মহাৰাষ্ট্ৰ, দশম স্থানত অসম...  •  ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত হাৰ্দিক পেটেলক গ্ৰেপ্তাৰ...  •  ‘পঢ়ক আৰু ডাঙৰকৈ হাঁহক’- উপ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিনো ক’লে?  •  মঙলানগৰ সাহিত্য সভাৰ ৰূপালী জয়ন্তীঃ ২০ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপনৰ লগতে ৩২ খনকৈ গ্ৰন্থ উন্মোচন...  •  কঢ়িয়াই আনিলে গৌৰৱ, এছিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট হ’ল ধনশিৰিৰ যুৱক প্ৰশান্ত কুমাৰ দাসৰ...  •  গুৱাহাটীত ৰহস্যজনকভাৱে মৃত্যু তামুলপুৰৰ এগৰাকী যুৱতীৰ... VIDEO  •  গোৱালপাৰাত দুষ্প্ৰাপ্য বনৰৌসহ ৪ চোৰাং ব্যৱসায়ীক আটক...

বৰপথাৰ আঞ্চলিক অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদকক বহিষ্কাৰ…

66

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ অন্তৰ্গত বৰপথাৰ আঞ্চলিক যুৱ পৰিষদৰ সাধাৰণ সম্পাদক তথা সাধাৰণ সদস্যৰ পৰা শৈলেন ভঁৰালীক বহিষ্কাৰ কৰে। উল্লেখ্য যে বিগত কিছু দিন ধৰি উক্ত সদস্যজনে সংগঠন কাম কাজত উপস্থিত নথকাৰ বাবে বহিষ্কাৰ কৰিছে বুলি প্ৰেছ বিবৃতিৰ যোগেদি জানিবলৈ দিয়ে সংগঠনটোক কাৰ্যকতা সকলে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি