বঢ়মপুৰত দুটা ইভিএম মেচিন বিকলৰ পাছত পুনৰ ভোটগণনা…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • বঢ়মপুৰত জয়ী বিজেপি প্ৰাৰ্থী জিতু গোস্বামী।
  • ভোটগণনাৰ মাজতে সমষ্টিটোৰ দুটা ইভিএম মেচিন হৈছিল বিকল।
  • কিন্তু ভোটগণনা সম্পন্ন কৰা বুলি কোৱা হৈছিল।
  • এই কথা মানি লোৱা হৈছিল সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলে।
  • পাছত ৰিটাৰ্ণিং অফিচাৰ, অৱজাৰ্ভাৰৰ সন্মুখত পুনৰ ভোট গণনা কৰা হয়।
  • উল্লেখ্য যে, প্রথমে ৭৮৭টা ভোটৰ ব্যৱধানত জয়ী হৈছিল জয়ী গোস্বামী।
  • তাৰপাছত পুনৰ ভোট গণনাত এই ব্যৱধান ৪১৪টা ভোটলৈ হ্ৰাস পায়।
  • তৃতীয় ৰাউণ্ডৰ ভোটগণনাৰ সময়তে বিকল হৈছিল ইভিএম মেচিন দুটা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in