শেহতীয়া খবৰ
চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি  •  সান্ধ্য আইনত সান্ধ্য ভ্ৰমণ সুখৰ নহ’ল! গীতামন্দিৰলৈ হঠাৎ আহিল আৰক্ষী...  •  ডুমডুমাত চুৰি কৰিবলৈ গৈ গণপ্ৰহাৰত মৃত্যু যুৱকৰ...  •  বকোৰ মাৰুতী ফুডচ কোম্পানীৰ চাউল কেলেংকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ নিৰ্লিপ্তাত ক্ষোভ প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ

বঢ়মপুৰত দুটা ইভিএম মেচিন বিকলৰ পাছত পুনৰ ভোটগণনা…

  • বঢ়মপুৰত জয়ী বিজেপি প্ৰাৰ্থী জিতু গোস্বামী।
  • ভোটগণনাৰ মাজতে সমষ্টিটোৰ দুটা ইভিএম মেচিন হৈছিল বিকল।
  • কিন্তু ভোটগণনা সম্পন্ন কৰা বুলি কোৱা হৈছিল।
  • এই কথা মানি লোৱা হৈছিল সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলে।
  • পাছত ৰিটাৰ্ণিং অফিচাৰ, অৱজাৰ্ভাৰৰ সন্মুখত পুনৰ ভোট গণনা কৰা হয়।
  • উল্লেখ্য যে, প্রথমে ৭৮৭টা ভোটৰ ব্যৱধানত জয়ী হৈছিল জয়ী গোস্বামী।
  • তাৰপাছত পুনৰ ভোট গণনাত এই ব্যৱধান ৪১৪টা ভোটলৈ হ্ৰাস পায়।
  • তৃতীয় ৰাউণ্ডৰ ভোটগণনাৰ সময়তে বিকল হৈছিল ইভিএম মেচিন দুটা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি