বঢ়মপুৰত প্ৰফুল্ল মহন্তৰ শেষ মান ৰাখিলে সুকন্যাই

  • বঢ়মপুৰত ৰক্ষা পৰিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ অৱশিষ্ট সন্মান।
  • ১৬টা ভোটেৰে এই সন্মান ৰক্ষা কৰিলে বামুণী জিলা পৰিষদৰ সদস্য ৰূপে প্ৰতিদ্বন্দ্বিতা কৰা সুকন্যাই।
  • উল্লেখ্য যে, অগপৰ দুৰ্গ স্বৰূপ বঢ়মপুৰ সমষ্টিত এইবাৰ খহিছে অগপৰ ভেটি।
  • জিলা পৰিষদ, পঞ্চায়ত আৰু আঞ্চলিক সদস্যৰ প্ৰায়সমূহ আসনেই বিজেপিৰ দখললৈ গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in