শেহতীয়া খবৰ
মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি অভিনেতা সঞ্জয় দত্ত...  •  ৰাজ্যত পুনৰ ২২১৮ জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৫৭,৭১৪জনলৈ বৃদ্ধি...  •  দৰঙত কোভিডত আক্ৰান্তৰ সংখ্যা ১৭৩০ জনলৈ বৃদ্ধি..  •  ৰাজ্যৰ আৰু এগৰাকী বিধায়ক আক্ৰান্ত কোৰোনাত...  •  সুশান্ত সিঙে কাম অভাৱত আত্মহত্যা কৰা নাছিল! মৃত্যুৰ আগদিনাও পাইছিল দুখন চিনেমাৰ অফাৰ...  •  কোভিড-১৯ঃ ৰাজ্যত পুনৰ ১৭৮২জন লোক হৈছে সুস্থ...  •  দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ৮জনৰ মৃত্যু...  •  ৫ শ্ৰেষ্ঠ ৰম্যপূৰীৰ অন্যতম পানীমূৰ-উমৰাংছুত শগুণ পৰাদি পৰিছে চূণশিল-কয়লা-বালি-শিলৰ লুন্ঠনকাৰী নেতা...  •  বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক আৰু শিলচৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ কৃত্বিত্বৰ বঁটা...  •  দেশৰ প্ৰতিটো প্ৰান্তত পাব হাইস্পিড ইন্টাৰনেট, বিএছএনএলৰ ‘BookMyFiber’ পৰ্টেল মুকলি...

স্থগিত হ’ল বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ পৰীক্ষা…

188
  • অল ইণ্ডিয়া বাৰ এক্সামিনেচনৰ পৰীক্ষা স্থগিত।
  • ১৬ আগষ্টত অনুষ্ঠিত হ’ব লগা আছিল এই পৰীক্ষা।
  • কোৰোনা ভাইৰাছৰ বাবে স্থগিত কৰিলে পৰীক্ষাৰ দিন।
  • বাৰ কাউন্সিল অৱ ইণ্ডিয়াই প্ৰকাশ কৰিলে এই তথ্য।
  • পৰীক্ষাৰ আৱেদনৰ সময়সীমা ৩১ আগষ্টলৈকে বৃদ্ধি কৰিছে বাৰ কাউন্সিলে।
  • ২৯ জুলাই তাৰিখে এই সিদ্ধান্ত লৈছে বাৰ কাউন্সিল অৱ ইণ্ডিয়াই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি