স্থগিত হ’ল বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ পৰীক্ষা…

স্থগিত হ’ল বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ পৰীক্ষা…
  • অল ইণ্ডিয়া বাৰ এক্সামিনেচনৰ পৰীক্ষা স্থগিত।
  • ১৬ আগষ্টত অনুষ্ঠিত হ'ব লগা আছিল এই পৰীক্ষা।
  • কোৰোনা ভাইৰাছৰ বাবে স্থগিত কৰিলে পৰীক্ষাৰ দিন।
  • বাৰ কাউন্সিল অৱ ইণ্ডিয়াই প্ৰকাশ কৰিলে এই তথ্য।
  • পৰীক্ষাৰ আৱেদনৰ সময়সীমা ৩১ আগষ্টলৈকে বৃদ্ধি কৰিছে বাৰ কাউন্সিলে।
  • ২৯ জুলাই তাৰিখে এই সিদ্ধান্ত লৈছে বাৰ কাউন্সিল অৱ ইণ্ডিয়াই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in