শেহতীয়া খবৰ
মাৰ্ঘেৰিটাস্থিত জিইএল চাৰ্চত উত্তপ্ত পৰিস্থিতি  •  নসত্ৰত এহেজাৰ গছপুলি ৰোপণ কৰি প্লাষ্টিক বৰ্জনৰ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ  •  অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ আহ্বান মৃণালিনী দেৱীৰ  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, বৃত্তিগতভাৱে সফল ব্যক্তি হোৱাৰ পূৰ্বে ভাল মানুহ হোৱাৰ আহ্বান...  •  নগাঁৱৰ টেঙাপানী বনভোজস্থলীত ভয়ংকৰ পৰিৱেশ, পানীৰ মাজত আবদ্ধ বিলাসী বাহন, VIDEO  •  হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প...  •  চৌদী আৰৱৰ ৰাজকুমাৰৰ বিমানেৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান...  •  হাউডী মোডীঃ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত প্রধানমন্ত্ৰী মোডী... চাওঁক VIDEO

ছেপ্টেম্বৰৰ পৰা ৯ বজাতে খুলিব বেংক…

1,464

ডিজিটেল ডেস্কঃ এতিয়াৰ পৰা বেংকলৈ আপুনি ১০ বজাত যাব নালাগে। সাধাৰণতে বেংকসমূহৰ কাম-কাজ আৰম্ভ হয় পুৱা ১০ বজাৰ পৰা। সন্ধিয়া ৫ বজালৈকে গ্ৰাহকে কৰিব পাৰে লেনদেন। ছেপ্টেম্বৰৰ পৰা সলনি হ’ব বেংকৰ সময়।পুৱা ৯ বজাৰ পৰাই খুলিব লাগিব বেংক।

বিত্ত মন্ত্ৰণালয়ে প্ৰতিটো চৰকাৰী আৰু ক্ষেত্ৰীয় গ্ৰামীণ বেংকৰ ক্ষেত্ৰত এনে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নতুন সূচী অনুসৰি পুৱা ৯ বজাৰ পৰা ৩ বজালৈ, ১০ বজাৰ পৰা ৪ বজালৈ আৰু ১১ বজাৰ পৰা ৫ বজালৈকে বেংক কৰ্মচাৰীসকলে বেংকত কৰ্তব্য সম্পাদন কৰিব লাগিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি