শেহতীয়া খবৰ
খহনীয়াৰ কৱলত ৰহাৰ বিস্তৃত অঞ্চল, VIDEO  •  নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে মানি লোৱা নহ'বঃ বৃহস্পতিবাৰে ৰাজ্য উত্তাল কৰিব আছুসহ ৩০ সংগঠনে  •  দিল্লীত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক  •  বালিজুৰি-কাজিৰঙাত বন্যহস্তীৰ উপদ্ৰৱ, নিৰ্লিপ্ত বন বিভাগ  •  অসমবাসীৰ প্ৰতিবাদত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে! বিক্ৰী নহয় এন আৰ এল...  •  অসমবাসীৰ প্ৰতিবাদত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে! বিক্ৰী নহয় এন আৰ এল...  •  ওড়িশ্যাৰ নতুন ডিজিপি নিযুক্তি  •  ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ পঞ্চমখন প্ৰাৰ্থী তালিকা প্ৰকাশ...  •  ওৰাং-গেলাবিলত ১৮ ঘণ্টাৰ ভিতৰত চাৰিটাকৈ দুৰ্ঘটনাত নিহত ১০, আহত ৭  •  সিদ্ধাৰ্থৰ নতুন ছবি ‘মৰজাৱা’ই ৫দিনত উপাৰ্জন কৰিলে...

আগষ্ট মাহটোত বেংকৰ জুৰুৰী কামক লৈ কোনো পৰিকল্পনা কৰিছে নেকি? যদি কৰিছে পঢ়ক এই খবৰ…

2,210

ডিজিটেল ডেস্কঃ আজি আগষ্ট মাহৰ ২ তাৰিখ। স্বাধীনতা দিৱসৰ পৰা আদি কৰি ৰাখী বন্ধন, জন্মাষ্টমীৰ লৈকে কেইবাটাও গুৰুত্বপূৰ্ণ দিন আছে এই মাহটোতে। আগষ্ট মাহটোত আপুনি বেংক সম্বন্ধীয় কিবা জুৰুৰী কাম যদি কৰিব লগা আছে তেন্তে আগতীয়াকৈ প্লেন কৰক, কিয়নো আগষ্ট মাহটোত বিভিন্ন দিনৰ সৈতে সংগতি ৰাখি বেংক সমূহ মুঠ ১১ দিন বন্ধ থাকিব।

আগষ্ট মাহটোত বিভিন্ন দিন আৰু শনি, দেওবাৰ মিলাই বেংক সমূহ বন্ধ থাকিব মুঠ ১১ দিন। ইয়াৰ পৰিৱৰ্তে মুঠ ২০ দিনহে খোলা থাকিব বেংক। এই মাহত ৪, ১১, ১৮ আৰু ২৫ আগষ্ট হৈছে দেওবাৰ। ১০ আৰু ২৪ আগষ্ট হৈছে দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ, গতিকে এই দিনকেইটাত বন্ধ থাকিব বেংকসমূহ। এনেকৈ বিভিন্ন দিনৰ সৈতে সংগতি ৰাখি আগষ্ট মাহটোত মুঠ ১১ টা দিন বন্ধ থাকিব বেংকসমূহ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি