মহানগৰীত গ্ৰেপ্তাৰ বাংলাদেশী যুৱতী

  • অবৈধ নাগৰিকৰ অবাধ বিচৰণস্থলীত পৰিণত গুৱাহাটী মহানগৰী।
  • মহানগৰীত পুনৰ গ্ৰেপ্তাৰ বাংলাদেশী নাগৰিক।
  • ধৃত যুৱতীগৰাকীৰ ঘৰ বাংলাদেশৰ ঢাকাৰ মহম্মদপুৰ গাঁৱত বুলি জানিব পৰা গৈছে।
  • আই এছ বি টিত বাছৰ টিকট ক্ৰয়ৰ বাবে গৈ জালত পৰে যুৱতীগৰাকী।
  • বৰ্তমান গড়চুক থানাত ৰখা হৈছে ধৃত যুৱতীগৰাকীক।
  • মুম্বাইৰ পৰা ৰে'লেৰে পল্টনবজাৰলৈ যুৱতীগৰাকী আহিছিল বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in