শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২০৪জন কোভিড পজিটিভ, সুস্থ হৈছে ২৯৬১জন...  •  ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...

জিডিপিত বাংলাদেশে পিছ পেলাব ভাৰতবৰ্ষতঃ আইএমএফ…

265

ডিজিটেল ডেস্কঃ আইএমএফৰ এক প্ৰতিবেদন অনুসৰি, জিডিপিত ভাৰতক পিছ পেলাব বাংলাদেশ। ব্যক্তি প্ৰতি মুঠ ঘৰুৱা উৎপাদনত ভাৰতক অতিক্ৰম কৰিবলৈ সাজু হৈছে চুবুৰীয়া দেশখন। আইএমএফৰ ডব্লিউইঅ’ অনুসৰি, ২০২০ বৰ্ষত বাংলাদেশৰ প্ৰতি জন ব্যক্তিৰ জিডিপি ৮ শতাংশৰ বৃদ্ধি হৈ ১,৮৮৮  হব বুলি আশা কৰা হৈছে।

আনহাতে ভাৰতৰ ব্যক্তি প্ৰতি জিডিপি ১০.৩  শতাংশৰ হ্ৰাসেৰে ১,৮৭৭  ডলাৰ হ’ব বুলি আশা কৰা হৈছে। ভাৰত বৰ্ষৰ এইবৰ্ষৰ জিডিপি  বিগত চাৰি বছৰৰ ভিতৰত সৰ্বনিম্ন। আইএমএফে এই বছৰ ভাৰতৰ জিডিপি ১০.৩ শতাংশ হ্ৰাস পাব বুলি মন্তব্য কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি