পাকিস্তানত টেষ্ট মেচ নেখেলে বাংলাদেশ ক্ৰিকেট দলে…

পাকিস্তানত টেষ্ট মেচ নেখেলে বাংলাদেশ ক্ৰিকেট দলে…

  • পাকিস্তানত টেষ্ট ক্ৰিকেট নেখেলে বাংলাদেশে।
  • বাংলাদেশ ক্ৰিকেট ব'ৰ্ডৰ অধ্যক্ষ নাজমুল হাছানে সদৰী কৰে এই কথা।
  • অধ্যক্ষগৰাকীয়ে সদৰী কৰা মতে,
  • বাংলাদেশ চৰকাৰে উপদেশ দিছে যে দেশখনৰ ক্ৰিকেট দলে পাকিস্তানৰ লগত কেৱল ২০-২০ মেচ খেলিব পাৰিব।
  • কিন্তু পাকিস্তানৰ সৈতে টেষ্ট মেচ খেলাৰ সম্ভাৱনা বৰ্তমান নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in