বাংলাদেশৰ কেমিকেলৰ গুদামত সংঘটিত অগ্নিকাণ্ডত মৃত্যুৰ সংখ্যা ৬৯ জন বৃদ্ধি…

বাংলাদেশৰ কেমিকেলৰ গুদামত সংঘটিত অগ্নিকাণ্ডত মৃত্যুৰ সংখ্যা ৬৯ জন বৃদ্ধি…
  • বাংলাদেশৰ ঢাকাত বিধ্বংসী অগ্নিকাণ্ড।
  • বৃদ্ধি পালে মৃত্যু হোৱা লোকৰ সংখ্যা।
  • বৰ্তমানলৈ ৬৯জন লোক মৃত্যু হৈছে এই অগ্নিকাণ্ডত।
  • চ'ক বজাৰৰ এটা অট্টালিকাত থকা কেমিকেলৰ গুদামত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।
  • কাষতে থকা আন চাৰিটা অট্টালিকালৈও সম্প্ৰসাৰিত হয় জুই।
  • এই ঘটনাত আহত হয় আন কেইবাজনো লোক।
  • নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in