বাংলাদেশত দুৰ্ঘটনাত পতিত যাত্ৰীবাহী ফেৰী, নিহত ১১জন…

বাংলাদেশত দুৰ্ঘটনাত পতিত যাত্ৰীবাহী ফেৰী, নিহত ১১জন…
  • বাংলাদেশত দুৰ্ঘটনাত পতিত এখন যাত্ৰীবাহী ফেৰী।
  • জানিব পৰা মতে, ফেৰীখনত আছিল প্ৰায় ৪০জন যাত্ৰী।
  • দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱাইছে প্ৰায় ১১জন যাত্ৰীয়ে।
  • তদুপৰি বহু কেইজন যাত্ৰী নিৰুদ্দেশ হৈ আছে।
  • বাংলাদেশৰ গুমাই নদীত সংঘটিত হৈছে এই ঘটনা।
  • এগৰাকী বিষয়াই সদৰী কৰা অনুসৰি, বৰ্তমানলৈ ১১টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।
  • উদ্ধাৰ অভিযান অব্যাহত আছে বুলি সদৰী কৰা বিষয়াগৰাকীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in