শেহতীয়া খবৰ
মানকাচৰৰ নিউ মাৰ্কেটত নিচা জাতীয় দ্ৰব্য সহ গ্ৰেপ্তাৰ এজন...  •  ভূমিকম্পই জোকাৰি গ'ল গুৱাহাটী...  •  বৰপেটাৰ কেওঁটকুছিত ভয়াবহ পথ দূৰ্ঘটনা,ট্ৰেন্সফৰ্মাৰ ভাঙিলে ব'লেৰ পিক আপ ভানে...  •  সন্মিলিত নাৰী শক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ প্ৰথম বাৰ্ষিক বিশেষ অধিৱেশন সামৰণি...  •  ১ মিনিটত ২৫ খবৰ...  •  নলবাৰীত হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱাক স্মৰণ...  •  নলবাৰীৰ বালিকুছিত শ্ৰীশ্ৰীযোগেশ মন্দিৰ উদ্বোধন,দুশ গৰাকী জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা...  •  ৩০ জনীয়া সদস্যৰে অন্তৱৰ্তীকালীন কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন...  •  টিহুৰ সুৰভি গোষ্ঠীৰ উদ্যোগত দুখন কাব্যগ্ৰন্থ উন্মোচন...  •  কাজিৰঙাত ভালুকৰ আক্ৰমণত অস্থায়ী বনকৰ্মী আহত

বাংলাদেশত দুৰ্ঘটনাত পতিত যাত্ৰীবাহী ফেৰী, নিহত ১১জন…

117
  • বাংলাদেশত দুৰ্ঘটনাত পতিত এখন যাত্ৰীবাহী ফেৰী।
  • জানিব পৰা মতে, ফেৰীখনত আছিল প্ৰায় ৪০জন যাত্ৰী।
  • দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱাইছে প্ৰায় ১১জন যাত্ৰীয়ে।
  • তদুপৰি বহু কেইজন যাত্ৰী নিৰুদ্দেশ হৈ আছে।
  • বাংলাদেশৰ গুমাই নদীত সংঘটিত হৈছে এই ঘটনা।
  • এগৰাকী বিষয়াই সদৰী কৰা অনুসৰি, বৰ্তমানলৈ ১১টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।
  • উদ্ধাৰ অভিযান অব্যাহত আছে বুলি সদৰী কৰা বিষয়াগৰাকীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি