বাংলাদেশৰ ঢাকাত বিধ্বংসী অগ্নিকাণ্ড, ৫৬জন লোকৰ মৃত্যু

বাংলাদেশৰ ঢাকাত বিধ্বংসী অগ্নিকাণ্ড, ৫৬জন লোকৰ মৃত্যু
  • বাংলাদেশৰ ঢাকাত বিধ্বংসী অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত ৫৬জন লোকৰ মৃত্যু।
  • চ'ক বজাৰৰ এটা অট্টালিকাত থকা কেমিকেলৰ গুদামত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।
  • কাষতে থকা আন চাৰিটা অট্টালিকালৈও সম্প্ৰসাৰিত হয় জুই।
  • এই ঘটনাত আহত হয় আন কেইবাজনো লোক।
  • নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in