শেহতীয়া খবৰ
প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক অপমান কৰি বলিউদৰ সংগীত পৰিচালকৰ বিৰ্তকিত টুইট...  •  কেব বাতিলৰ দাবীঃ গোৱালপাৰাৰ ৰাজপথত আছুৰ বিশাল প্ৰতিবাদী জোঁৰ সমদল...  •  উত্তৰ কামৰূপৰ একাংশ ৰাস মহোৎসৱস্থলীত মুকলি জুৱা... VIDEO  •  বিয়াত বহিল মুখ্যমন্ত্ৰীৰ ভগ্নী! টুইটাৰত প্ৰধানমন্ত্ৰীয়ে দিলে যুগ্মজীৱনৰ বাবে শুভেচ্ছাবাণী...  •  সন্ধিয়া ৭.৪১ বজাত অনুভূত হোৱা ভূমিকম্পৰ সবিশেষ...  •  সন্ধিয়া ৭.৪১ বজাত অনুভূত হোৱা ভূমিকম্পৰ সবিশেষ...  •  জাতীয় নায়কে কেবৰ বিৰুদ্ধে মাত মাতি জাতিটোক ৰক্ষা কৰকঃ ওদালগুৰিত আছুৰ বিশাল জোঁৰ সমদল...  •  ভূমিকম্পই জোকাৰিলে গুৱাহাটী মহানগৰী...  •  মানকাচৰত নাৰী অপহৰণকাৰী চক্ৰৰ সদস্যক আটক...  •  শোণিতপুৰ জিলা আৰক্ষীৰ বৃহৎ   অভিযান, ৯খন বাইকসহ গ্ৰেপ্তাৰ চোৰক...

২ টা বছৰৰ বাবে খেলপথাৰত দেখা নাপাব বাংলাদেশৰ তাৰকা ক্ৰিকেটাৰ ছাকিবক…

1,408

ডিজিটেল ডেস্কঃ বাংলাদেশৰ তাৰকা ক্ৰিকেটাৰ ছাকিব অল হাছানক ২ টা বছৰৰ বাবে দেখা নাপাব খেলপথাৰত। বাংলাদেশ ক্ৰিকেট বৰ্ডে দুবছৰৰ বাবে অলৰাউণ্ডাৰ খেলুৱৈগৰাকীৰ ওপৰত এই নিষেধাজ্ঞা আৰোপ কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰনুসৰি মেচত হোৱা ফিক্সঙৰ খবৰ লুকুৱাৰ অপৰাধত বাংলাদেশ ক্ৰিকেট বৰ্ডে লৈছে এই সিদ্ধান্ত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি