ৰাষ্ট্ৰীয়মুখ্য-পৃষ্ঠা বাংগালুৰুত জেট এয়াৰৱেইজৰ কৰ্মচাৰীৰ প্ৰতিবাদ… অসমীয়া প্ৰতিদিন ৰ দ্বাৰা Apr 22, 2019 ত 96 শ্বেয়াৰ কৰক সোমবাৰে জেট এয়াৰৱেইজৰ কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী। বাংগালুৰুৰ টাউন হলত এই প্ৰতিবাদ জেট এয়াৰৱেইজৰ কৰ্মচাৰীসকলৰ। ‘ছেভ জেট এয়াৰৱেইজ’ প্লে’কাৰ্ড, বেনাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে। 96 শ্বেয়াৰ কৰক