বিধ্বংসী অগ্নিকাণ্ডত একেলগে জ্বলিল ১০০খন গাড়ী, চাওঁক VIDEO…

বিধ্বংসী অগ্নিকাণ্ডত একেলগে জ্বলিল ১০০খন গাড়ী, চাওঁক VIDEO…
  • কৰ্ণাটকৰ বাংগালুৰুত ভয়ংকৰ অগ্নিকাণ্ড।
  • ১০০খন গাড়ী জাহ যায় অগ্নিকাণ্ডত।
  • বাংলালুৰুত চলি থকা বায়ুসেনাৰ এৰ' ইণ্ডিয়াৰ পাৰ্কিং এলেকাত এই অগ্নিকাণ্ড।
  • জুই নিৰ্বাপনৰ বাবে ১০খনৰো অধিক অগ্নিনিৰ্বাপকৰ গাড়ী উপস্থিত ঘটনাস্থলীত।
  • ঘাঁহনিত জুই লগাৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ।
  • বায়ু সেনাৰ এজন বিষয়াৰ মতে- ১০০ৰো অধিক গাড়ী জাহ গৈছে অগ্নিকাণ্ডত।
  • কাষৰীয়া অঞ্চলসমূহত জাৰি কৰা হৈছে হাই এলাৰ্ট।
  • বৰ্তমান জুই নিয়ন্ত্ৰণলৈ আহিছে বুলি প্ৰকাশ কৰিছে বিষয়াগৰাকীয়ে।

বাংগালুৰুৰ ভয়ংকৰ অগ্নিকাণ্ডৰ ভিডিঅ'-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in