বঙাইগাঁৱত উত্‍‍কোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ আৰক্ষী বিষয়া…

বঙাইগাঁৱত উত্‍‍কোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ আৰক্ষী বিষয়া…
  • বঙাইগাঁৱত দুৰ্নীতি নিবাৰক শাখাৰ জালত আৰক্ষী বিষয়া।
  • উত্‍‍কোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক।
  • গ্ৰেপ্তাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ বিষয়া দেৱান হাৰমুজ আলীক।
  • এজন লোকৰ পৰা উত্‍‍কোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ বিষয়াজনক।
  • বিলাসপুৰৰ আছাদ আলী নামৰ এজন লোকে দিছিল অভিযোগ।
  • ভুৱা গোচৰ তৰাৰ ভাবুকিৰে ধন দাবী কৰিছিল দেৱান হাৰমুজ আলীয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in