বঙাইগাঁৱৰ পাগলাস্থান বজাৰত ব্বিধংসী অগ্নিকাণ্ড

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • শনিবাৰে বঙাইগাঁৱৰ পাগলাস্থান বজাৰত ব্বিধংসী অগ্নিকাণ্ড।
  • জুইত জাহ গ'ল এখন ব্যৱসায়িক প্ৰতিষ্ঠান।
  • কেইবালাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয় এই অগ্নিকাণ্ডত।
  • বৰ্তমানৰলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।
  • অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ নিৰ্বাপন কৰে জুই।‍

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in