বিজেপিৰ দল আৰু চৰকাৰৰ সুমতি কামনাৰে কংগ্ৰেছৰ ভাগৱত পাঠ

বিজেপিৰ দল আৰু চৰকাৰৰ সুমতি কামনাৰে কংগ্ৰেছৰ ভাগৱত পাঠ

ডিজিটেল সংবাদ, বঙাইগাঁওঃ জাতিধ্বংসী নাগৰিকত্ব বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। সোমবাৰে বিধেয়ক বাতিল আৰু বিজেপি দল, চৰকাৰৰ সুমতি কামনাৰে ভগৱানৰ শৰণাপন্ন হ'ল বঙাইগাঁও জিলা কংগ্ৰেছ ৷সোমবাৰে সন্ধিয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই বঙাইগাঁও ৰাজীৱ ভৱনত ভাগৱত পাঠ কৰি আশীষ লয় বঙাইগাঁও কংগ্ৰেছৰ নেতা কৰ্মীয়ে ৷ ভাগৱত পাঠ অনুষ্ঠানত উপস্থিত থাকে কংগ্ৰেছ নেতা শংকৰ প্ৰসাদ ৰায় ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in