বঙাইগাঁওতো সুধাকণ্ঠক স্মৰণ আছুৰ

বঙাইগাঁওতো সুধাকণ্ঠক স্মৰণ আছুৰ

ডিজিটেল সংবাদ, অভয়াপুৰীঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ লগতে বঙাইগাঁওতো আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক স্মৰণ কৰে বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাই৷

ৰাতিপুৱা ভূপেন হাজৰিকাৰ প্ৰতিচ্ছৱিত মাল্যৰ্পণ কৰে বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ধনজিৎ পাঠকে আৰু বন্তি প্ৰজ্বলন কৰে সাধাৰণ সম্পাদক জগদীশ ৰায়ে ৷ বঙাইগাঁও আছুৰ কেবাজনো বিষয়ববীয়াই ভূপেন হাজৰিকাৰ গীত তথা শিল্পৰ বিষয়ে আলোকপাত কৰে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in