শেহতীয়া খবৰ
ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...

বঙাইগাঁৱৰ সিদলসতীত ৰাইজে কৰায়ত্ত কৰিলে ডকাইত, VIDEO

398

ডিজিটেল সংবাদ, বঙাইগাঁওঃ বঙাইগাঁও জিলাৰ সিদলসতীত শনিবাৰে সন্ধিয়া ৰাইজে কৰায়ত্ত কৰে এটা ডকাইত৷ জামাল আলী নামৰ এই ডকাইতটোৱে যোৱা ৪ জুলাইত কোচবিহাৰত পিষ্টল দেখুৱাই অভয়াপুৰীৰ খোৰাগাঁৱৰ তহিদুল হ’ক নামৰ এজন যুৱ ব্যৱসায়ীৰ পৰা ২ লাখ ৯৭ হাজাৰ টকা লুটি নিয়ে৷

জামাল আলীৰ লগত আছিল আন দুজন লোক৷ পিছত তহিদুল হ’কে কোচবিহাৰ থানাত এজাহাৰ দাখিল কৰে৷ শনিবাৰে আবেলি তহিদুল হ’কে জামাল আলীক উত্তৰ শালমাৰাত প্ৰত্যক্ষ কৰে আৰু ৰাইজৰ সহযোগত পিছা কৰি সিদলসতীত কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

ৰাইজে ডকাইতটোক উত্তম মাধ্যম সোধাই উত্তৰ শালমাৰা আৰক্ষী চকীত গটাই দিয়ে৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি