শেহতীয়া খবৰ
দিল্লীত 'কা' বিৰোধী প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা, নিহতৰ সংখ্যা ২০লৈ বৃদ্ধি...  •  পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন...  •  পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন...  •  ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক ৮ম বাৰৰ বাবে বিজু জনতা দলৰ সভাপতি নিৰ্বাচিত  •  দিল্লীত প্ৰতিবাদকাৰীক বাধা দিবলৈ গৈ প্ৰাণ হেৰুওৱা হেড কনিষ্টবল ৰতন লালক শ্বহীদ ঘোষণাৰ দাবীত প্ৰতিবাদ...  •  দিল্লীৰ হিংসাত্মক ঘটনা নিয়ন্ত্ৰণলৈ অনাৰ দায়িত্ব প্ৰদান অজিত ডোভালক...  •  দিল্লীত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক...  •  শ্ৰম বিভাগৰ ১২১ কোটি টকীয়া কেলেংকাৰীৰ মুখ্য অভিযুক্ত গৌতম বৰুৱাক গ্ৰেপ্তাৰ...  •  কাজিৰঙাত বিধ্বংসী অগ্নিকাণ্ড  •  আতৰাব পৰা যাবনে দিল্লীৰ শ্বাহীনবাগৰ পৰা প্ৰতিবাদকাৰীসকলক, বুধবাৰে উচ্চতম ন্যায়ালয়ত শুনানি...

বঙাইগাঁৱত খেদি খেদি দাৰে কাটি হত্যা এজনক

1,676
  • বঙাইগাঁৱৰ ছিপনছিলাত নৃশংস হত্যাকাণ্ড৷
  • খেদি খেদি দাৰে কাটি হত্যা কৰিলে এজনক৷
  • নিহত লোকজনৰ নাম প্ৰবীণ ৰায়৷
  • লোকজনৰ ঘৰ ছিপনছিলা সূত্ৰধাৰপাৰাত৷
  • জঘন্য কাণ্ড সংঘটিত কৰি হত্যাকাৰীৰ পলায়ন৷
  • ছিপনছিলা পঞ্চায়ত কাৰ্যালয়ৰ সমীপত এই ঘটনা সংঘটিত হৈছে৷
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি