বঙাইগাঁৱত ভয়াৱহ অগ্নিকাণ্ড, ৪খন ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত…

বঙাইগাঁৱত ভয়াৱহ অগ্নিকাণ্ড, ৪খন ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত…
  • দেওবাৰে নিশা প্ৰায় ১০ বজাত বঙাইগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড।
  • বঙাইগাঁৱৰ ছিপনছিলা বজাৰত সংঘটিত হয় এই অগ্নিকাণ্ড৷
  • অগ্নিকাণ্ডত চাৰিখন ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত।
  • লগতে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান আংশিকৰূপে ক্ষতিসাধন৷
  • চন্দ্ৰ নামৰ এজন লোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিকাণ্ডৰ সূত্ৰপাত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in