শেহতীয়া খবৰ
জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা পৰা অহা ৮০লোকক কোৱাৰেণ্টাইন... • অৰুণাচল প্ৰদেশত পুনৰ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা... • নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূন্যলৈ গুলী চালনা... • মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ব্যাহত ৰেল সেৱা... • বৰ্ণ বৈষম্যতা! আৰক্ষীৰ হাতত কৃষ্ণাংগৰ মৃত্যুক লৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ জনতাৰ... • ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ প্ৰথমটো স্বাস্থ্যকৰ্মীৰ দলক কোৱাৰেণ্টাইন... • নাৰায়ণপুৰৰ কোৱাৰেন্টাইন চেন্টাৰত উত্তপ্ত পৰিস্থিতি...VIDEO • মেট্ৰিক-হাইমাদ্ৰাছাৰ ফলাফল লাভ কৰিব কোন কেইটা ৱেবছাইটত... পঢ়ক সবিশেষ... • ভাৰতত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ২ লাখৰো অধিকলৈ বৃদ্ধি... • বকোত ওলাল দ্বিতীয়গৰাকী কোভিড-১৯ত আক্ৰান্ত লোক...

বিশ্ব ৰক্তদান দিৱস উপলক্ষে উপায়ুক্ত-মহকুমাধিপতিৰ ৰক্তদান

62

ডিজিটেল সংবাদ, যোগীঘোপাঃ “ৰক্তদান জীৱনদান” -এই বাণীক সাৰোগত কৰি শুকুৰবাৰে বিশ্বযুৰি পালন কৰা হৈছে “বিশ্ব ৰক্তদান দিৱস”৷ “বিশ্ব ৰক্তদান দিৱস” উপলক্ষে শুকুৰবাৰে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত চলন্তাপাৰা ক্ষুদ্ৰ স্বাস্থ্যকেন্দ্ৰত ৰক্তদান কৰে বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খান আৰু উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি মেঘনিধি দাহালে।

দুয়োজনে ৰক্তদান কৰি সকলো লোককে ৰক্তদান কৰাৰ বাবে আহ্বান জনায়। দুয়োজন বিষয়াই ৰক্তদান কৰি কয় যে, ৰক্তদান হৈছে মহান দান। যাৰ দ্বাৰা আমি কোনো লোকক জীৱন ৰক্ষা কৰিব পাৰো।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি