শেহতীয়া খবৰ
দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  ৰহাৰ প্ৰাঞ্জল মেম'ৰিয়েল একাডেমীৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  নিশা ভূমিকম্পই জোকাৰি গ’ল হিমাচলপ্ৰদেশ...  •  ঢকুৱাখনাৰ ধেনুখনাত ধেমাজি জিলা সমিতিৰ উদ্যোগত অগপৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন  •  মাৰ্ঘেৰিটাৰ বৰগোলাইত পথ দুৰ্ঘটনাত এজন নিহত  •  বৰক্ষেত্ৰীত অগপৰ প্ৰতিষ্ঠা দিৱস, আঞ্চলিক দলত যোগদান বহু পুৰুষ-মহিলাৰ

বঙাইগাঁৱত সৰ্বভাৰতীয় পৰ্যায়ৰ শৰীৰচৰ্চা প্ৰতিযোগিতা

217

ডিজিটেল সংবাদ, বঙাইগাঁওঃ নামনি অসমৰ অন্যতম চহৰ বঙাইগাঁৱত অহা ২২ ছেপ্তেম্বৰত সৰ্বভাৰতীয় পৰ্যায়ৰ তৃতীয় বাৰ্ষিক ‘FF Classic 2019’ শীৰ্ষক শৰীৰচৰ্চা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ প্ৰতিযোগিতাৰ পুৰস্কাৰ হিচাবে থাকিব সৰ্বমুঠ ১.৫ লাখ টকাৰ পুৰস্কাৰ।

এই প্ৰতিযোগিতাত ইতিমধ্যে ভাৰতৰ বিভিন্ন প্ৰান্তৰ শৰীৰবিদে যোগদান কৰিব বুলি জানিব পৰা গৈছে৷ প্ৰতিযোগিতাখনিত উপস্থিত থাকিব মিঃ ৱৰ্ল্ড, মিঃ ইউনিভাৰ্ছ খিতাপ দখল কৰা সংগ্ৰাম চুগলে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি