হিমন্ত বিশ্বৰ ভ্ৰমণৰ বিৰুদ্ধে আহ্বান জনোৱা বন্ধৰ ব্যাপক প্ৰভাৱ, চাওক VIDEO

  • হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত।
  • ক'লা পতাকা আৰু বন্ধ দি হিমন্তৰ বিৰোধিতা দল-সংগঠনৰ।
  • শুকুৰবাৰে হিমন্ত বিশ্বৰ আছে কাৰ্বি আংলং জিলা ভ্ৰমণৰ কাৰ্যসূচী।
  • ইয়াৰ প্ৰতিবাদত কাৰ্বি ছাত্ৰ সন্থাসহ ৭ সংগঠনৰ কাৰ্বি আংলং জিলা বন্ধ আহ্বান।
  • হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্বি আংলং ভ্ৰমণৰ বাবেই এই বন্ধৰ আহ্বান।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বন্ধৰ আহ্বান।
  • মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধেয়কখনৰ সমৰ্থনত কৰাৰ মন্তব্যৰ বিৰোধিতা সংগঠনকেইটাৰ।
  • ১২ ঘণ্টীয়া কাৰ্বি আংলং বন্ধৰ আহ্বান দিছে কেএছএসহ সংগঠনকেইটাই।
  • ৰাজপথত গছ পেলাই পথ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে বন্ধ সমৰ্থনকাৰী সংগঠনসমূহে।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ স্থিতিৰ বিৰোধিতা।
  • চাওক বন্ধৰ আহ্বান জনাই কি কৈছিল কেএছএৰ নেতৃত্বই-

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in