বান্দৰদেৱাত বিশ্ব হস্তী দিৱস পালন…

বান্দৰদেৱাত বিশ্ব হস্তী দিৱস পালন…


ডিজিটেল সংবাদ,বান্দৰদেৱাঃ আজি বিশ্ব হস্তী দিবস। ৰাজ্য জুৰি ঠায়ে ঠায়ে পালন কৰা হৈছে হস্তী দিৱস।লখিমপুৰ জিলাৰ হাৰমতী বন আঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ৰঙা ৰিজাৰ্ভ উচ্চ মাধ্যমিক বিদ্যালয়তো হাৰমতী বনাঞ্চলিক বিষয়া নয়নজ্যোতি গগৈৰ বিশেষ উদ্যোগত পালন কৰা হৈছে বিশ্ব হস্তী দিৱস।

হস্তী দিৱস উপলক্ষ্যে হস্তী সম্পৰ্কে জ্ঞান আৰু সজাগতা বৃদ্ধিৰ প্ৰয়াসৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যলয়খনৰ ছাত্ৰ ছাত্ৰ সকলৰ মাজত এক চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিতকৰা হয়।সমগ্ৰ কাৰ্যসূচীত লখিমপুৰ জিলা বন বিভাগৰ লগতে আছাম ৱাইল্ড লািফ ৰেস্কিউ এণ্ড ৰিছাৰ্চ অৰ্গেনাজেছন আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াইয়ো সহযোগ আগবঢ়ায়

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in