বান্দৰদেৱাত কাছ সৰবৰাহ কৰি আটক হ’ল দুজন…

বান্দৰদেৱাত কাছ সৰবৰাহ কৰি আটক হ’ল দুজন…


ডিজিটেল সংবাদ, বান্দৰদেৱাঃ ৰাজ্যত চলিছে কাছৰ চোৰাং ব্যৱসায়। বান্দৰদেৱাৰ সমীপৰ হাৰমতী বন আঞ্চলিক কাৰ্যালয়ৰ বন আঞ্চলিক বিষয়া নয়নজ্যোতি গগৈয়ে মঙ্গলবাৰে চলোৱা এক অভিযানত বিক্ৰীৰ বাবে অনা এটা কাছ সহ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ব্যক্তিদুজন ক্ৰমে বঙালমৰা দৌলতপুৰৰ আটাবুৰ ৰহমান আৰু ম'হঘুলিৰ চান্দ মিঞা। বনবিভাগে লালুকৰ কৰুণাবাৰীৰ পৰা উদ্ধাৰ কৰিছে কাছটো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in