শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  অসমত আকৌ ২০৭৩জনৰ কোভিড পজিটিভ...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...

বান্দৰদেৱাত কাছ সৰবৰাহ কৰি আটক হ’ল দুজন…

236


ডিজিটেল সংবাদ, বান্দৰদেৱাঃ ৰাজ্যত চলিছে কাছৰ চোৰাং ব্যৱসায়। বান্দৰদেৱাৰ সমীপৰ হাৰমতী বন আঞ্চলিক কাৰ্যালয়ৰ বন আঞ্চলিক বিষয়া নয়নজ্যোতি গগৈয়ে মঙ্গলবাৰে চলোৱা এক অভিযানত বিক্ৰীৰ বাবে অনা এটা কাছ সহ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ব্যক্তিদুজন ক্ৰমে বঙালমৰা দৌলতপুৰৰ আটাবুৰ ৰহমান আৰু ম’হঘুলিৰ চান্দ মিঞা। বনবিভাগে লালুকৰ কৰুণাবাৰীৰ পৰা উদ্ধাৰ কৰিছে কাছটো।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি