ৰাজ্যত নিষিদ্ধ গুটখা জাতীয় সকলো সামগ্ৰী…

ৰাজ্যত নিষিদ্ধ গুটখা জাতীয় সকলো সামগ্ৰী…
  • ৰাজ্যত নিষিদ্ধ গুটখা, পানমছলা,ধপাক জাতীয় সকলো সামগ্ৰী।
  • এবছৰৰ বাবে এই সামগ্ৰী সমূহ নিষিদ্ধ কৰিলে ৰাজ্য চৰকাৰে।
  • বন্ধ কৰিলে প্ৰস্তুত, মজুত, পৰিৱহন, বিতৰণ আৰু বিক্ৰী।
  • মঙলবাৰে এই সম্পৰ্কে এখন জাননী জাৰি কৰিছে ৰা্জ্য চৰকাৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in