বামুনীমৈদাম মনো মট’ৰ্চত অগ্নিকাণ্ড, ভস্মীভূত এখন বাহন…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • বামুনীমৈদামস্থিত মনো মটৰ্চত সংঘটিত অগ্নিকাণ্ড।
  • প্ৰথম মহলাত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে আহি নিৰ্বাপিত কৰে জুই।
  • সন্ধিয়া প্ৰায় ৬.৪৫ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত জাহ গ'ল এখন বাহন।
  • ছাৰ্ভিচিঙত অহা এখন বাহনত যান্ত্ৰিক বিজুটিৰ ফলত জুই লাগে গাড়ীখনত।
  • এই অগ্নিকাণ্ডত এখন গাড়ী ভস্মীভূত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in